Skip to content

المغيرة بن شعبة بن أبي عامر بن مسعود

الإسم

আল-মুগীৰাহ ইবনে শ্বুবাহ ইবনে আবি আমিৰ ইবনে মাছঊদ

اسم الشهرة

মুগীৰাহ বিন শ্বু'বাহ -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আল-মুগীৰাহ ইবনে শ্বুবাহ ইবনে আবি আমিৰ আচ-ছাকাফী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ চাহাবাসকলৰ ভিতৰত অত্যন্ত সাহসী, কৌশলগত বিচক্ষণতাৰ অধিকাৰী আৰু আগশাৰীৰ নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ খন্দকৰ বছৰত ইছলাম গ্ৰহণ কৰিছে। খন্দকৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে তেওঁ সকলো যুদ্ধতেই অংশগ্ৰহণ কৰিছিল। তেওঁ বাই’আতুৰ ৰিজৱানতো অংশগ্ৰহণ কৰিছিল। তেওঁক ‘মুগীৰাতুৰ ৰায়’ বা ‘সিদ্ধান্ত প্ৰদানকাৰী মুগীৰাহ’ বুলি কোৱা হৈছিল। তেওঁ অত্যন্ত দূৰদৰ্শী ব্যক্তি আছিল। তেওঁ মুআৱীয়াৰ খিলাফতৰ সময়ত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
الطبقات الكبرى (6/97) أسد الغابة (5/238) تهذيب الأسماء واللغات (2/109) تاريخ الإسلام (2/439) الأعلام للزركلي (7/277)