Skip to content

أبو العاص بن الربيع بن عبد شمس بن عبد مناف

الإسم

আবুল আচ ইবনুৰ ৰাবী ইবনে আব্দিশ্ব শ্বামছ ইবনে আব্দে মানাফ

اسم الشهرة

আবুল আচ ইবনুৰ ৰাবী

نبذة مختصرة

আবুল ‘আচ ইবনুৰ ৰবী’ ইবনে আব্দিশ্ব শ্বামছ ইবনে আব্দে মানাফ ইবনে কুছাই ইবনে কিলাব আল-কুৰাশ্বী আল-আবশ্বামী। তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱায়েক, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জৈনাবৰ স্বামী। তেওঁ উমামাৰ পিতৃ আছিল, যাক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজত কান্ধত তুলি লৈছিল। তেওঁৰ মূল নাম আছিল: লাকীত, কিন্তু এই বিষয়ে অন্যান্য মতো আছে। মাকৰ নাম আছিল হালাহ বিন্তে খুৱাইলিদ, তেওঁ আছিল খাদীজা ৰাদ্বিয়াল্লাহু আনহাৰ ভনীয়েক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ বিবাহ প্ৰসঙ্গত ভাল প্ৰশংসা কৰিছিল। তেখেতে কৈছে: “তাই মোৰ লগত কথা পাতিছিল আৰু মোক সমৰ্থন কৰিছিল। মোক প্ৰতিশ্ৰুতি দিছিল আৰু সেয়া পূৰণ কৰিছিল।" তেওঁ মক্কা বিজয়ৰ পূৰ্বে ইছলাম গ্ৰহণ কৰিছিল আৰু ১২ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
تاريخ دمشق (67/3)، تاريخ الإسلام (2/47)، الإصابة في تمييز الصحابة (7/206)، الأعلام للزركلي(5/176).