Skip to content

أبو الدرداء عويمر بن مالك الأنصاري

الإسم

আবুদ দাৰদা উআইমিৰ ইবনে মালিক আল-আনচাৰী

اسم الشهرة

আবুদ দাৰদা -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আবুদ দাৰদা উআইমিৰ ইবনে ঝায়েদ ইবনে কায়েছ। তদুপৰি কোৱা হৈছে: উআইমিৰ ইবনে আমিৰ, লগতে কোৱা হৈছে ইবনে আব্দুল্লাহ, এইদৰে আৰু কোৱা হৈছেঃ ইবনে চা’লাবাহ ইবনে আব্দুল্লাহ আল-আনচাৰী আল-খাঝৰাজী। তেওঁ আছিল আদৰ্শৱান ইমাম আৰু সন্মানীয় চাহাবী। তেওঁ এই উম্মাহৰ হাকীম আছিল, তথা দামিস্কৰ বিচাৰক আছিল আৰু দামিস্কৰ কাৰীসকলৰ নেতা আছিল। তেওঁ সেইসকল কাৰীৰ অন্তৰ্ভুক্ত যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত তিলাৱত কৰিছিল। তেওঁ তেখেতৰ বাহিৰে আন কাৰোবাৰ ওচৰত পঢ়িছিল বুলি আমি কোনো বৰ্ণনা বিচাৰি পোৱা নাই। লগতে তেওঁ সেইসকল লোকৰো অন্তৰ্ভুক্ত যিসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনকালতে কোৰআন একত্ৰিত কৰিছিল। ৩২ হিজৰীত উচমান ৰাদ্বিয়াল্লাহু আনহুৰ খিলাফত কালত তেওঁৰ মৃত্যু হৈছে, এই বিষয়ে অন্যান্য মতো পোৱা যায়।

المراجع

অধিক (1)
طبقات الفقهاء (ص 47)، معرفة أسامي أرداف النبي لابن منده (ص 79)، الإصابة (7/ 565 ط. هجر)، الأعلام للزركلي (5/98).