Skip to content

الأشعث بن قيس بن معدي كرب الكندي

الإسم

আল-আশ্বআচ ইবনে কায়েছ ইবনে মাদীকাৰিব আল-কিন্দী

اسم الشهرة

আল-আশ্বআছ বিন ক্বাইছ-ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আল-আশ্বআচ ইবনে কায়েছ ইবনে মা’দীকাৰিব ইবনে মুআৱিয়াহ আল-কিন্দী। তেওঁ এজন চাহাবী আছিল, তেওঁ আমুল উফুদ বা প্ৰতিনিধি অহাৰ বছৰত ইছলাম গ্ৰহণ কৰিছিল। তেওঁ ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে কিন্দাৰসকলৰ এজন ৰজা আছিল। তেওঁৰ নাম আছিল: মা’দাকাৰিব। তেওঁৰ মূৰৰ চুলিবোৰ পৰিপাটি নাছিল কাৰণে তেওঁৰ এই নামটো প্ৰসিদ্ধি লাভ কৰিছিল। ৪০ হিজৰীত কুফাত আশ্বআচ ৰাদ্বিয়াল্লাহু আনহুৰ মৃত্যু হৈছিল। হাছান ইবনে আলী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ জানাযাৰ নামাজৰ ইমামতি কৰিছিল।

المراجع

অধিক (1)
التاريخ الكبير (1/434) معجم الصحابة (1/192) الاستيعاب في معرفة الأصحاب (1/133) الأعلام للزركلي (1/332).