কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত,
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"
أَنَّ رَجُلًا سَأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّ الإِسْلاَمِ خَيْرٌ؟ قَالَ: «تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, ইছলামৰ কোন কেইটা বৈশিষ্ট্য আটাইতকৈ উত্তম? তেতিয়া তেখেতে দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিলেঃ প্ৰথমঃ দুখীয়া দৰিদ্ৰক আহাৰ কৰাব লাগে, সিহঁতক চাদাক্বাহ কৰাই হওক বা উপহাৰ দিয়াই হওক নাইবা নিমন্ত্ৰণৰ জৰিয়তে মাতি আনি আপ্যায়ন কৰাই হওক, যিকোনো প্ৰকাৰে সিহঁতক সহায় কৰা। বিশেষকৈ দুৰ্ভিক্ষৰ সময়ত বা বস্তু বাহিনীৰ মৃল্যবৃদ্ধিৰ সময়ত। দ্বিতীয়টো হৈছে, প্ৰতিজন মুছলিমকে ছালাম দিয়া, পৰিচিত হওক বা অপৰিচিত।
...:
চাহাবাসকল সেইবোৰ গুণ শিকিবলৈ খুবেই আগ্ৰহী আছিল যিবোৰ গুণৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতত উপকাৰ হয়।
ছালাম প্ৰদান কৰা আৰু আনক খাদ্য খুওৱা গুণটো হৈছে ইছলামৰ অন্যতম উত্তম আমল। ইছলামত ইয়াক বহুত গুৰুত্ব দিয়া হৈছে, কাৰণ এইটো সকলো সময়তে প্ৰয়োজন।
এই দুয়োটা বৈশিষ্ট্যৰ ভিতৰত কথা আৰু কৰ্মৰ দ্বাৰা কৰা উপকাৰ অন্তৰ্ভুক্ত হৈ আছে। এইটোৱে হৈছে পূৰ্ণাংগ এহছান।
এইবোৰ হৈছে মুছলিমসকলৰ মাজৰ পৰস্পৰ ব্যৱহাৰিক সম্পৰ্কীয় বৈশিষ্ট্য। ইয়াৰ বাহিৰেও বান্দা আৰু তাৰ প্ৰতিপালকৰ সৈতে সম্পৰ্কীয় বহুতো বৈশিষ্ট্য আছে।
ছালাম কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ বিষয়টো কেৱল মুছলিমসকলৰ মাজতে নিৰ্দিষ্ট। গতিকে অমুছলিমসকলক প্ৰথমে ছালাম কৰা উচিত নহয়।
ছহীহ বুখাৰী (1/ 12) (12).
ছহীহ মুছলিম (1/ 65) (39).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 604).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (7/ 2936).
গ্ৰন্থসমূহত উল্লেখিত
15 গ্ৰন্থসমূহ- পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনাআব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, ইছলামৰ কোনটো বিষয় অধিক উত্তম? তেখেতে ক'লেঃ "তুমি খাদ্য খুৱাবা আৰু পৰিচিত অপৰিচিত সকলোকে ছালাম দিবা"।
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আনক খাদ্য খুউৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।” [২৭২]
অধিক (13)
- الحديث زاد 4الحديث 4«تُطْعِمُ الطَّعامَ وَتَقْرَأُ السَّلامَ على مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ».
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"تُطِعم الطعام، وتقرأُ السلام على من عرفت ومن لم تعرف" .
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلَامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ» [90]
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ» [54].
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3« تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلامَ عَلىٰ مَنْ عَرَفتَ وَمَن لَمْ تَعْرِفْ ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلامَ عَلىٰ مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ».
- ما لا يسع أطفال المسلمين جهله«تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلَامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ»[131].
- مشروع المنهج التعليميمادة الحديث مستوى 1«تُطْعِمُ الطّعامَ، وَتَقْرَأُ السّلامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لم تَعْرِفْ»
- مشروع المنهج التعليميمادة الحديث مستوى 1«وَتَقْرَأُ السّلامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لم تَعْرِفْ»
- مشروع المنهج التعليميمادة الدعوة«وَتَقْرَأُ السّلامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لم تَعْرِفْ»
- نبراس طالب (2)نبراس طالب (2) «تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ»
- نبراس طالب (2)نبراس طالب (2) «تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ»
- نبراس طالب (2)نبراس طالب (2) «تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ».