Skip to content

جابر بن موسى بن عبد القادر الجزائري

الإسم

জাবিৰ ইবনে মুছা ইবনে আব্দিল ক্বাদিৰ আল-জাঝায়িৰী

اسم الشهرة

আবু বকৰ আল-জাঝায়িৰী

نبذة مختصرة

আবু বকৰ আল-জাঝায়িৰী, আবু বকৰ জাবিৰ বিন মুছা বিন আব্দুল ক্বাদিৰ বিন জাবিৰ আল- জাঝায়িৰী। চল্লিশ বছৰতকৈও অধিক সময় তেওঁ মছজিদে নবৱীৰ শিক্ষক আছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ আছে, তাৰে অন্যতম হৈছে: "মিনহাজুল মুছলিম", "আকীদাতুল মু'মিন", "আইছাৰুত তাফাছীৰ" ইত্যাদি। ইয়াৰ বাহিৰেও তেওঁ অসংখ্য ইল্মী আৰু দাৱাতী সমাৱেশত অংশগ্ৰহণ কৰিছিল। তেওঁ ৯৭ বছৰ বয়সলৈকে জীয়াই আছিল। ০৪/১২/১৪৩৯ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
مواقع مختلفة