Skip to content

المسور بن مخرمة بن نوفل بن أهيب

الإسم

আল-মিছৱাৰ বিন মাখৰামাহ বিন নাওফল বিন উহাইব

اسم الشهرة

মিছৱাৰ বিন মাখৰামাহ -ৰাদ্বিয়াল্লাহু আনহুমা-

نبذة مختصرة

আল-মিছৱাৰ ইবনে মাখৰামাহ ইবনে নাওফল ইবনে উহাইব আল-কুৰাশ্বী আঝ-ঝুহৰী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁ চাহাবী হোৱাৰ আৰু হাদীছ বৰ্ণনা কৰাৰ সৌভাগ্য লাভ কৰিছিল। নুমান ইবনে বাশ্বিৰ আৰু ইবনুঝ ঝুবাইৰৰ দৰে তেৱোঁ আছিল কনিষ্ঠ চাহাবাসকলৰ অন্তৰ্ভুক্ত। তেওঁ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সাহচৰ্য লাভ কৰিছিল, আৰু তেওঁৰ পৰাই মুখস্থ কৰিছিল। হিজৰতৰ দুবছৰ পাছত মক্কাত তেওঁৰ জন্ম হৈছিল। ৬৪ হিজৰীৰ ৰবিউল আখিৰ মাহৰ আৰম্ভণিতে মক্কাত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
أسد الغابة (5/170) سير أعلام النبلاء (3/390) الإصابة (6/93) الأعلام للزركلي (7/225).