Skip to content

المستورد بن شداد بن عمرو القرشي

الإسم

আল-মুস্তাউৰিদ ইবনে শ্বাদ্দাদ ইবনে আমৰ আল-কুৰাশ্বী

اسم الشهرة

মুছতাওৰিদ বিন শ্বাদ্দাদ -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

তেওঁ আছিল এজন সন্মানীয় চাহাবী। আল-মুস্তাউৰিদ ইবনে শ্বাদ্দাদ ইবনে আমৰ আল-কুৰাশ্বী আল-ফিহৰী। তেওঁ আৰু তেওঁৰ পিতৃ দুয়োজনেই চাহাবী আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেওঁ শিশু আছিল। তেওঁ মিচৰ বিজয়ত অংশ লৈছিল। ৪৫ হিজৰীত আলেকজেণ্ড্ৰিয়াত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
تاريخ ابن يونس (1/470) أسد الغابة (4/378) الأعلام للزركلي (7/215)

ملاحظات

الأزهري