Skip to content

أسماء بنت أبي بكر الصديق

الإسم

আছমা বিন্তে আবি বকৰ আচ-চিদ্দীক

اسم الشهرة

আছমা বিন্তে আবি বকৰ ছিদ্দিক্ব -ৰাদ্বিয়াল্লাহু আনহুমা-

نبذة مختصرة

তেওঁ হৈছে উম্মু আব্দুল্লাহ আছমা বিন্তে আবি বকৰ, আব্দুল্লাহ ইবনে আবি কুহাফা উছমান আত-তামিয়্যাহ। তেওঁ এগৰাকী বিশিষ্টা নাৰী চাহাবীয়া আছিল। তেওঁ আছিল আবু বকৰ চিদ্দিক ৰাদ্বিয়াল্লাহু আনহুৰ কন্যা। জুবাইৰ ইবনুল আউৱামৰ পত্নী আছিল। তেওঁ আব্দুল্লাহ ইবনে জুবাইৰৰ মাতৃ আছিল। লগতে তেওঁ আছিল উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ বৈমাত্ৰেয় ভগ্নী। তেওঁ ‘জাতুন নিতাকাইন’(দুটা ফিতা ওৱালা) নামেৰে জনাজাত আছিল। হিজৰত কৰা মহিলাসকলৰ ভিতৰত তেৱেঁই শেষত মৃত্যুবৰণ কৰিছে। তেওঁ কেইবাটাও হাদীছ বৰ্ণনা কৰিছে। তেওঁ দীৰ্ঘায়ু লাভ কৰিছিল। জীৱনৰ শেষ সময়ছোৱাত তেওঁ অন্ধ হৈ পৰিছিল। ৭৩ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
معرفة الصحابة (ص 982)، الهداية والإرشاد (2/847)، الوافي بالوفيات (9/36)، الأعلام للزركلي (1/305).