Skip to content

أروى بنت الحارث بن عبد المطلب القرشية

الإسم

আৰৱা বিন্তুল হাৰিছ ইবনে আব্দুল মুত্তালিব আল-কুৰাশ্বী

اسم الشهرة

আৰৱা বিন্তুল হাৰিছ -ৰাদ্বিয়াল্লাহু আনহা-

نبذة مختصرة

আৰৱা বিন্তুল হাৰিছ ইবনে আব্দুল মুত্তালিব আল-কুৰাশ্বিয়্যাহ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰাৰ ছোৱালী আছিল। আবু চুফিয়ান ইবনে হাৰিছৰ ভগ্নী আছিল। সাহিত্যিকতাৰ কাৰণে তেওঁ বিখ্যাত আছিল। ইবনে ছা’দে তাইক নাৰী চাহাবাসকলৰ ভিতৰত উল্লেখ কৰিছে। প্ৰায় ৫০ হিজৰীত তাইৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
طبقات ابن سعد (8/40)، الإصابة في تمييز الصحابة (8/7)، الأعلام للزركلي (1/290).