Skip to content

أبو هريرة عبد الرحمن بن صخر الدوسي

الإسم

আবু হুৰাইৰাহ আব্দুৰ ৰহমান বিন চখৰ আদ-দাউছী

اسم الشهرة

আবু হুৰাইৰাহ আব্দুৰ ৰহমান বিন ছাখ্ৰ আদ-দাউছী -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আবু হুৰাইৰাহ আব্দুৰ ৰহমান ইবনে চখৰ আদ-দাউছী। ইবনু আব্দুল-বাৰ্ৰে কৈছে: “ইছলাম আৰু জাহিলী যুগত থকা আবু হুৰাইৰাহ আৰু তেওঁৰ পিতৃৰ নাম সম্পৰ্কে বিদ্বানসকলে ইমান মতামত প্ৰকাশ কৰিছে যে, ইয়াক সংৰক্ষণ কৰাটো অতি কঠিন।”তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁ আছিল ইছলামৰ মুছনিদ (হাদীছৰ বৰ্ণনাকাৰী), চাহাবাসকলৰ ভিতৰত তেওঁ আটাইতকৈ বেছি হাদীছ বৰ্ণনা কৰিছে। তেওঁ এদিনত ১২০০০ তাছবীহ পাঠ কৰিছিল। তেওঁ একাধিকবাৰ মদীনাৰ দায়িত্বত আছিল। ৫৭ বা ৫৯ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
أسماء من يعرف بكنيته لأبي الفتح الأزدي (ص: 61)، تقريب التهذيب (ترجمة 8426)، الاستيعاب (4/ 323)، رجال صحيح مسلم (2/ 403)، تهذيب الأسماء واللغات (2/ 270)، الوافي بالوفيات (18/ 91)، الأعلام للزركلي (3/ 308).