Skip to content

إبراهيم بن موسى بن محمد اللخمي

الإسم

ইব্ৰাহীম ইবনে মুছা ইবনে মুহাম্মদ আল-লাখমী

اسم الشهرة

আশ্ব-শ্বাতিবী

نبذة مختصرة

ইব্ৰাহীম ইবনে মুছা ইবনে মুহাম্মদ, আবু ইছহাক আল-লাখমী আল-গাৰানাতী। তেওঁ শ্বাতিবী নামেৰে জনাজাত। তেওঁৰ কুন্যিয়াত, যাৰ যোগেদি তেওঁ পৰিচিত হৈছিল, সেয়া হৈছে আবু ইছহাক। তেওঁ এজন ফকীহ, উচুল শাস্ত্ৰ বিদ আৰু মুফাচ্ছিৰ আছিল। এইটো স্পষ্ট যে, গ্ৰেনেডাত তেওঁৰ জন্ম হৈছিল। কাৰণ তেওঁ ইয়াতেই ডাঙৰ-দীঘল হৈছিল কিন্তু তেওঁ গ্ৰেনেডা এৰি গৈছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। তেওঁ আন ঠাইলৈ নোযোৱাৰ কাৰণটো হৈছে: উলামাসকলে কেৱল দ্বিনী জ্ঞান অৰ্জন কৰাৰ বাবেহে ভ্ৰমণ কৰিছিল, কিন্তু সেই সময়ত শ্বাতিবী নগৰতেই প্ৰচুৰ জ্ঞান চৰ্চা হৈছিল। ৭৯০ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الأعلام للزركلي (1/75) هدية العارفين (1/18).