الطفيل بن عمرو بن طريف بن العاص
الإسم
তুফাইল ইবনে আমৰ ইবনে ত্বৰীফ ইবনুল আচ
اسم الشهرة
তুফাইল ইবনে আমৰ আদ-দাউছী ৰাদ্বিয়াল্লাহু আনহু
نبذة مختصرة
তুফাইল ইবনে আমৰ ইবনে ত্বৰীফ ইবনুল আচ ইবনে চা’লাবা আদ-দাউছী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল, হে আল্লাহৰ ৰাছুল! নিশ্চয় দাউচৰ লোকসকল অবাধ্যতাত লিপ্ত হৈছে, গতিকে আপুনি সিহঁতৰ বিৰুদ্ধে বদ্দুআ কৰক। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “হে আল্লাহ! তুমি দাউছৰ লোকসকলক হিদায়ত দিয়া।" তেওঁ (তুফাইলে) মক্কাত ইছলাম গ্ৰহণ কৰিছিল, তাৰ পিছত তেওঁ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গৈছিল। ইয়াৰ পিছত তেওঁ উমৰাতুল কাজাৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হৈছিল। তাৰ পিছত তেওঁ মক্কা বিজয়ত অংশগ্ৰহণ কৰিছিল। ১১ হিজৰীত তেওঁৰ মৃত্যু হৈছে।