Skip to content

الصعب بن جثامة بن قيس الليثي

الإسم

চা’ব ইবনে জুচ্ছামাহ ইবনে কায়েছ আল-লাইছী

اسم الشهرة

চা’ব ইবনে জুচ্ছামাহ ৰাদ্বিয়াল্লাহু আনহু

نبذة مختصرة

চা’ব ইবনে জুচ্ছামাহ ইবনে কায়েছ ইবনে ৰাবীআহ ইবনে আব্দুল্লাহ ইবনে ইয়ামাৰ আল-লাইছী। কুৰাইশ্বসকলৰ মিত্ৰ আছিল। চা’বে ৱাদ্দন নামৰ ঠাই এখনলৈ অহা যোৱা কৰিছিল। হিজৰতৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ আৰু আউফ ইবনে মালিকৰ মাজত ভাতৃত্ব স্থাপন কৰোৱাইছিল। তেওঁ প্ৰায় ২৫ হিজৰীত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
الثقات لابن حبان (3/ 195) الأعلام للزركلي (3/204).