Skip to content

أبو سعيد سعد بن مالك بن سنان الأنصاري الخدري

الإسم

আবু ছাঈদ ছাআদ বিন মালিক বিন ছিনান আল-আনচাৰী আল-খুদৰী

اسم الشهرة

আবু ছাঈদ আল-খুদৰী -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

ছা’দ ইবনে মালিক ইবনে চিনান আল-আনচাৰী আল-খাজৰাজী আল-খুদ্ৰী। তেওঁ নিজৰ উপনামেৰে বিখ্যাত। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিক হাদীছ বর্ণনাকাৰীসকলৰ ভিতৰত তেওঁ হৈছে অন্যতম। তেওঁৰ প্ৰথম যুদ্ধ আছিল খন্দক। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ১২ টা যুদ্ধত অংশ লৈছিল। ৭৪ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الكنى والأسماء للإمام مسلم (1/ 353)، معجم الصحابة لابن قانع (1/ 258)، تاريخ مولد العلماء ووفياتهم (1/ 193)، رجال صحيح مسلم (1/ 232)، أسد الغابة (2/ 213)، الاستيعاب في معرفة الأصحاب (2/ 602)، الأعلام للزركلي (3/87).