Skip to content

أبو داود سليمان بن الأشعث بن إسحاق السجستاني

الإسم

আবু দাঊদ ছুলাইমান ইবনুল আশ্বআচ ইবনে ইছহাক্ব আচ-ছিজিস্তানী

اسم الشهرة

আবু দাঊদ

نبذة مختصرة

আবু দাঊদ ছুলাইমান ইবনুল আশ্বআচ ইবনে ইছহাক্ব ইবনে বাশ্বীৰ আল-আঝদী আছ-ছিজিস্তানী। তেওঁ ‘ছুনানু আবি দাঊদ’গ্ৰন্থৰ লেখক আৰু এজন প্ৰখ্যাত ইমাম আছিল। তেওঁ ইমাম তিৰমিজীৰ শিক্ষক আৰু ইমাম আহমদৰ ছাত্ৰ আছিল। তেওঁৰ জন্ম হৈছিল ২০২ হিজৰীত। তেওঁৰ সংকলনৰ ভিতৰত আছে: ‘আল-মাৰাছীল’ আৰু ‘আল-কদৰ’। ২৭৫ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
تاريخ بغداد (10/ 75)، مختصر تاريخ دمشق (10/ 109)، تاريخ الإسلام (6/ 550)، الوافي بالوفيات (15/ 218)، طبقات علماء الحديث (2/ 290)، طبقات الحفاظ (ص: 265)، الأعلام للزركلي (3/ 122).