Skip to content

حليمة بنت أبي ذؤيب عبد الله بن الحارث

الإسم

হালীমা বিন্তে আবি জুৱাইব আব্দুল্লাহ ইবনুল হাৰিছ

اسم الشهرة

হালীমা আচ-ছা’দিয়্যাহ

نبذة مختصرة

হালীমা আচ-ছাদিয়্যাহ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাইমাতৃ। তেওঁ আবু জুৱাইবৰ কন্যা আছিল, যাৰ সম্পূৰ্ণ নাম আছিল আব্দুল্লাহ ইবনুল হাৰিছ ইবনে শ্বাজনাহ। আতা ইবনে এছাৰে কৈছে: আব্দুল্লাহৰ কন্যা হালিমাহ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাইমাতৃ, তেওঁ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিছিল আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক দেখি থিয় হৈছিল আৰু তাৰ পিছত নিজৰ চাদৰখন পাৰি দিছিল, আৰু তাত হালিমা বহিছিল। তেওঁ ৮ম হিজৰীৰ পিছত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
معرفة الصحابة لابن منده (ص: 938) الاستيعاب في معرفة الأصحاب (4/ 1812) الوافي بالوفيات (13/ 83) الأعلام للزركلي(2/271) الإصابة في تمييز الصحابة (8/ 877 )