Skip to content

حفصة بنت عمر بن الخطاب

الإسم

হাফচাহ বিন্তে ওমৰ ইবনুল খাত্তাব

اسم الشهرة

হাফছা বিন্তে ওমৰ বিন খাত্তাব -ৰাদ্বিয়াল্লাহু আনহুমা-

نبذة مختصرة

উম্মুল মু’মিনীন হাফচাহ বিন্তে আমিৰীল মু’মিনীন ওমৰ ইবনুল খাত্তাব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিবাহ কৰাৰ আগতে খুনাইছ ইবনে হুজাফাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। আবু ওমৰে কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এক তালাক দিছিল আৰু তাৰ পিছত তেওঁক ঘূৰাই লৈছিল। কাৰণটো হ’ল জিব্ৰীলে অহী যোগে জনাইছিল যে, আপুনি হাফচাক ঘূৰাই লওক; কাৰণ তেওঁ হৈছে এনেকুৱা এগৰাকী নাৰী যিয়ে অধিক ৰোজা পালন কৰে আৰু অধিক তাহাজ্জুদ আদায় কৰে। লগতে জান্নাতত এওঁ আপোনাৰ পত্নী হ’ব। তেওঁ নিজৰ ভায়েক ‘আব্দুল্লাহ ইবনে’ ওমৰক সেই অছিয়ত কৰি গৈছিল যিটো অছিয়ত তেওঁক তেওঁৰ পিতাই কৰি থৈ গৈছিল, অৰ্থাৎ গাবাত অৱস্থিত সম্পত্তি চাদাকাহ কৰিবলৈ উপদেশ দিছিল। ৪৫ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।

المراجع

অধিক (1)
الطبقات الكبرى (8/ 65) معرفة الصحابة (ص : 947 ) الهداية والإرشاد في معرفة أهل الثقة والسداد (2/ 839) الإصابة في تمييز الصحابة (8/85) نساء النبي صلى الله عليه وآله وسلم (ص: 69)الأعلام للزركلي (2/264)