Skip to content

الحسين بن علي بن أبي طالب

الإسم

আল-হুছাইন ইবনে আলী ইবনে আবী তালিব

اسم الشهرة

হুছাইন ইবনে আলী

نبذة مختصرة

হুছেইন ইবনে আলী ইবনে আবী তালিব আল হাশ্বেমী, আবু আব্দুল্লাহ। ফাতিমাতুজ জাহৰাৰ পুত্ৰ। ৪ৰ্থ হিজৰীত মদিনাত তেওঁৰ জন্ম হৈছিল। হাদীছত কোৱা হৈছে: "হাছান আৰু হুছেইন দুয়োজনেই হৈছে জান্নাতৰ যুৱকসকলৰ নেতা।" তেওঁ নবীৰ ঘৰতেই ডাঙৰ-দীঘল হৈছিল। ৬১ হিজৰীত ইয়াজিদ ইবনে মুআৱিয়াৰ ৰাজত্বকালত তেওঁক হত্যা কৰা হৈছিল।

المراجع

অধিক (1)
فتح الباب في الكنى والألقاب (ص: 457) الهداية والإرشاد في معرفة أهل الثقة والسداد (1/ 169) تاريخ دمشق لابن عساكر (14/ 121) أسد الغابة (1/496) الأعلام للزركلي(2/ 243)