Skip to content

ثابت بن الضحاك بن خليفة الأشهلي

الإسم

ছাবিত ইবনে জাহহাক ইবনে খালীফাহ আল-আশ্বহালী

اسم الشهرة

ছাবিত বিন জাহহাক -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

ছাবিত ইবনে জাহহাক ইবনে খালীফাহ ইবনে ছা‘লাবাহ আল-আনচাৰী আল-আশ্বহালী। তেওঁ বাই‘আতুৰ ৰিজৱানত উপস্থিত আছিল। খন্দকৰ দিনা তেওঁ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আৰোহণ কৰা বাহনৰ পিছফালে আৰোহণ কৰিছিল। লগতে হামৰাউল আছাদত তেখেতৰ ৰাহবাৰ আছিল। বৃক্ষৰ তলত বাই‘আত গ্ৰহণকাৰীসকলৰ অন্যতম আছিল তেওঁ। অৱশেষত তেওঁ ৪৫ হিজৰীত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
مشاهير علماء الأمصار (ص: 68) الاستيعاب في معرفة الأصحاب (1/ 205) الوافي بالوفيات (10/ 282) الأعلام للزركلي (2/ 98).