وَأَنذِرۡ عَشِيرَتَكَ ٱلۡأَقۡرَبِينَ
আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা।
এই ছুৰা পৃষ্ঠাটো সোনকালে শ্বেয়াৰ কৰিবলৈ এই QR ক'ড স্কেন কৰক।