Skip to content

الحباب بن المنذر بن الجموح

الإسم

হুবাব ইবনুল মুনজিৰ ইবনুল জুমূহ

اسم الشهرة

হুবাব ইবনুল মুনজিৰ

نبذة مختصرة

হুবাব ইবনুল মুনজিৰ ইবনুল জুমূহ আল-আনচাৰী আল-খাযৰাজী, তাৰ পিছত আচ-ছুলামী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। লগতে তেওঁ সাহসী কবিসকলৰ অন্যতম আছিল। তেওঁক ‘যুৰ-ৰায়’ (অৰ্থাৎ বুধিয়ক) বুলি কোৱা হয়। ছা‘আলাবীয়ে কৈছে: “তেওঁ বদৰৰ যুদ্ধৰ দিনা পৰামৰ্শ দিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁৰ সেই পৰামৰ্শ বা মত গ্ৰহণ কৰিছিল। ইয়াৰ পিছত জিব্ৰীল অৱতীৰ্ণ হৈ তেওঁৰ মতক সমৰ্থন কৰি কৈছিল: হুবাবে দিয়া পৰামৰ্শই হৈছে উচিত সিদ্ধান্ত। জাহিলী যুগতো তেওঁৰ কিছুমান উত্তম ৰায় বা মত প্ৰসিদ্ধি লাভ কৰিছিল।” তেওঁ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ খিলাফত কালত ৫০ বছৰ বয়সত উপনীত হৈ ২০ হিজৰীত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
الطبقات الكبرى (3/ 427) الثقات لابن حبان (3/ 90) مشاهير علماء الأمصار (ص: 47) المؤتلف والمختلف للدار قطني (1/ 475) الاستيعاب في معرفة الأصحاب (1/ 316) تاريخ الإسلام (2/ 160) الإصابة في تمييز الصحابة (2/ 9) الأعلام للزركلي (2/ 163)