Skip to content

أيوب نبي الله

الإسم

আল্লাহৰ নবী আইয়ূব

اسم الشهرة

আইয়ূব আলাইহিচ্ছালাম

نبذة مختصرة

আইয়ূব আলাইহিচ্ছালাম এজন ধৈৰ্য্যশীল নবী আছিল। মুছা আলাইহিচ্ছালামৰ পূৰ্বৱৰ্তী নবীসকলৰ মাজৰ এজন আছিল। তেওঁ ফিলিস্তিনৰ পূৰ্বাঞ্চলত আউছ নামক ঠাইত অথবা হাওৰান অঞ্চলত বাস কৰিছিল। আৰবীয়ান ইতিহাসবিদসকলৰ মতে তেওঁ হৈছে ইব্ৰাহীম খলীলৰ বংশধৰ, তেওঁলোকৰ মাজত পাঁচটা প্ৰজন্মৰ ব্যৱধান আছিল। আল্লাহে তেওঁৰ সন্তান-সন্ততি আৰু সম্পদ কাঢ়ি লোৱাৰ মাধ্যমত তথা ওঠৰ বছৰ ব্যাপী শৰীৰত বেমাৰ-আজাৰৰ মাধ্যমত তেওঁক পৰীক্ষা কৰিছিল। তেওঁ ইয়াত ধৈৰ্য্য ধাৰণ কৰিছিল, আনকি তেওঁ এই ক্ষেত্ৰত উদাহৰণ হৈ গৈছিল। অৱশেষত আল্লাহে তেওঁক বেমাৰ-আজাৰৰ পৰা আৰোগ্য দান কৰিছিল।

المراجع

অধিক (1)
الأعلام للزركلي (2/ 36).