Skip to content

প্ৰশ্ন নং ২০- আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ কৰিবনে?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২০- আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ কৰিবনে?

س٢٠: هل يقبل الله غير الإسلام دينًا؟

الجواب

উত্তৰ- আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব।

আল্লাহে কৈছেঃ

আৰু যিয়ে ইছলামৰ বাহিৰে বেলেগ কোনো ধৰ্ম অনুসন্ধান কৰিব, তাৰ পৰা সেই ধৰ্ম কেতিয়াও গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব।

(ছুৰা আলে-ইমৰাণঃ ১৯)

ج:لا يقبل الله دينًا غير الإسلام.

قال تَعَالَى:

﴿وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينٗا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ﴾

[آل عمران: ٨٥].