“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
ছামুৰা বিন জুনদুব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
«أَحَبُّ الْكَلَامِ إِلَى اللهِ أَرْبَعٌ: سُبْحَانَ اللهِ، وَالْحَمْدُ لِلهِ، وَلَا إِلَهَ إِلَّا اللهُ، وَاللهُ أَكْبَرُ، لَا يَضُرُّكَ بِأَيِّهِنَّ بَدَأْتَ».
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আল্লাহৰ প্রিয় চাৰিটা বাক্য সম্পৰ্কে উল্লেখ কৰিছেঃ ছুবহানাল্লাহ (سُبْحَانَ اللَّهِ): অৰ্থাৎ মহান আল্লাহ সকলো দোষ-ত্রুটিৰ পৰা পৱিত্র। আলহাম্দুলিল্লাহ (وَالْحَمْدُ لِلَّهِ): সকলো ধৰণৰ প্রশংসা একমাত্ৰ আল্লাহৰ বাবে। অৰ্থাৎ পৰিপূৰ্ণ মুহাব্বত আৰু মহত্ব সহকাৰে আল্লাহৰ গুণগাণ কৰা। লা ইলা-হা ইল্লাল্লাহ (وَلاَ إِلَهَ إِلاَّ اللَّهُ): অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আল্লাহু আকবাৰ (اللَّهُ أَكْبَرُ): অৰ্থাৎ আল্লাহ সৰ্বশ্রেষ্ঠ, সৰ্বশক্তিমান, সৱাতোকৈ মহান। এইবোৰ বাক্যৰ ফজীলত আৰু ছোৱাব অৰ্জনৰ বাবে ধাৰাবাহিকতা বজাই ৰখাৰ কোনো প্ৰয়োজন নাই, যিকোনো এটাৰ জৰিয়তে আৰম্ভ কৰিব পাৰি।
ইছলামী চৰীয়ত হৈছে অত্যন্ত সহজ সৰল, সেইকাৰণেই এই চাৰিটা বাক্য পাঠ কৰাৰ ক্ষেত্ৰত কোৱা হৈছে যে, যিকোনো বাক্যৰ জৰিয়তে আৰম্ভ কৰিলেই ইয়াৰ ছোৱাব অৰ্জন হ'ব, ধাৰাবাহিকতাৰ কোনো প্ৰয়োজন নাই।
ছহীহ মুছলিম (3/ 1685) (2137).
(4/ 2093) (2731).
(4/ 2072) (2695).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 540).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 411).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 477).
سبل السلام بشرح بلوغ المرام.
للصنعاني (2/ 706).
গ্ৰন্থসমূহত উল্লেখিত
10 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“ছুবহা-নাল্লাহ, আলহামদু লিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।” অৰ্থঃ আল্লাহ পৱিত্ৰ, সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহ আটাইতকৈ মহান৷
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“ছুবহা-নাল্লাহ, আলহামদু লিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।”
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা:
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“ছুবহা-নাল্লাহ, অলহাম্দু লিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।”
অধিক (6)
- التحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة على ضوء الكتاب والسنةالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة«أَحَبُّ الكَلَامِ إِلَى اللَّهِ أَرْبَعٌ: سُبْحَانَ اللَّهِ، وَالحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ» [55].
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"أحبُّ الكلام إلى الله أربعٌ: سبحان الله، والحمد لله، ولا إله إلا الله، والله أكبر، لا يَضَرُّكَ بأيِّهِنَّ بدأتَ، ولا تسمينَّ غلامكَ يساراً، ولا رباحاً، ولا نجيحاً، ولا أفلح فإنك تقول: أثمَّ هو! فلا يكون: فيقول: لا".
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“أحب الكلام إلى الله أربع: (سبحان الله، والحمد لله، ولا إله إلا الله، والله أكبر) لا يضرك بأيهن بدأت”.
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«أَحَبُّ الْكَلَامِ إِلَى اللهِ أَرْبَعٌ لَا يَضُرُّكَ بِأَيِّهِنَّ بَدَأْتَ: سُبْحَانَ اللَّهِ، وَالْحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ» [8]
- رسالة في الأذكار1«أَحَبُّ الْكَلَامِ إِلَى اللهِ أَرْبَعٌ: سُبْحَانَ اللهِ، وَالحَمْدُ لِلهِ، وَلَا إِلَهَ إِلَّا اللهُ، وَاللهُ أَكْبَرُ، لَا يَضُرُّكَ بِأَيِّهِنَّ بَدَأْتَ».
- فضل الدعاء وآدابه والأوقات التي يستحب فيها"سبحان الله، والحمد لله، ولا إله إلا الله، والله أكبر"