Skip to content
আন-নাবা' /

আয়াত 39

78 : 39

আয়াত 39 of আন-নাবা' (78 : 39). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আন-নাবা' আয়াতসমূহ 40
ছুৰা · আন-নাবা'
অসমীয়া · Rafeeq
78 : 39

ذَٰلِكَ ٱلۡيَوۡمُ ٱلۡحَقُّۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا

এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।