Skip to content

প্ৰথম অৱস্থাত অহীৰ ধৰণ কেনেকুৱা আছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س13: ما أول ما بدئ به الوحي؟

প্ৰশ্ন নং ১৩- প্ৰথম অৱস্থাত অহীৰ ধৰণ কেনেকুৱা আছিল?

الجواب

ج:الرؤية الصادقة، فكان لا يرى رؤيا إلا جاءت مثل فلق الصبح.

উত্তৰ- সত্য সপোনৰ দ্বাৰা অহীৰ আৰম্ভণি হৈছিল। তেখেতে দেখা প্ৰতিটো সপোন পুৱাৰ কিৰণৰ নিচিনা বাস্তৱত পৰিণত হৈছিল।