Skip to content

মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।

উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।

«مَا تَرَكْتُ بَعْدِي فِتْنَةً أَضَرَّ عَلَى الرِّجَالِ مِنَ النِّسَاءِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত পুৰুষসকলৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব নাৰী সমাজ। কাৰণ নাৰী স্ত্ৰী হ'লে তাইৰ অনুসৰণত সি চৰীয়তৰ বিৰোধিতাও কৰিব পাৰে। আনহাতে যদি অপৰিচিত হয় তেন্তে তাইৰ অবাধ মিশ্ৰিত বিচৰণে সমাজত বিশৃংখলা সৃষ্টি কৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গতিকে মুছলিমসকলে নাৰীসকলৰ ফিতনাৰ পৰা সতৰ্ক থকা উচিত। লগতে প্ৰত্যেক ফিতনাৰ দুৱাৰ বন্ধ কৰি দিব লাগে।

সেয়ে মুমিনসকলে আল্লাহৰ ৰচীক মজবুতভাৱে ধাৰণ কৰা উচিত। লগতে ফিতনাৰ পৰা নিজকে ৰক্ষা কৰি আল্লাহৰ প্ৰতি ধাৱিত হোৱা উচিত।

সম্পাদক

ছহীহ বুখাৰী (7/ 8) (5096).

ছহীহ মুছলিম (4/ 2097) (2740).

অধিক (3)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (373).

فتح الباري لابن حجر (9/ 138).