যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।"
«قَدْ أَفْلَحَ مَن أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللَّهُ بما آتَاهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট বৰ্ণনা দিছে যে, সেই ব্যক্তি সাফল্যমণ্ডিত হৈছে, যিয়ে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছে, ফলত আল্লাহে তাক হিদায়ত দিছে আৰু ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছে। লগতে প্ৰয়োজন অনুসৰি তাক হালাল জীৱিকা প্ৰদান কৰিছে, বেছিও নহয় কমো নহয়। লগতে সেই ব্যক্তিজনে আল্লাহে প্ৰদান কৰা জীৱিকাত সন্তুষ্ট হৈছে।
সৌভাগ্যৱান ব্যক্তি হৈছে সেইজন, যিয়ে পৰিপূৰ্ণৰূপে দ্বীন পালন কৰে, যাৰ ওচৰত যথেষ্ট পৰিমাণ জীৱিকা আছে, লগতে আল্লাহে যি প্ৰদান কৰিছে তাতে সি সন্তুষ্ট।
পৃথিৱীত যিখিনি অৰ্জন হৈছে সেইখিনিৰ প্ৰতি সন্তুষ্ট হ'বলৈ, আৰু ইছলাম তথা নবীৰ পদ্ধতি অনুযায়ী জীৱন যাপন কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছহীহ মুছলিম (2/ 730) (1054).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 447).
فيض القدير شرح الجامع الصغير.
للمناوي (4/ 508).
تحفة الأحوذي بشرح جامع الترمذي.
لأبي العلا المباركفوري (7/ 11).
গ্ৰন্থসমূহত উল্লেখিত
11 গ্ৰন্থসমূহঅধিক (11)
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللهُ بِمَا آتَاهُ»
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“قد أفلح من أسلم، ورزق كفافا، وقنعه الله بما آتاه”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3«قَدْ أَفْلَحَ مَنْ أَسلَمَ، وَرُزِقَ كَفَافاً، وَقَنَّعَهُ الله بما آتاهُ».
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللَّهُ بِمَا آتَاهُ» [13].
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللَّهُ بِمَا آتَاهُ» [87].
- قاموس الكبائرموسوعة الكبائر - المجموعة الرابعة«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللَّهُ بِمَا آتَاهُ»[107].
- مجموعة زاد الحديث(2)1«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ الله بِمَا آتَاهُ».
- مشروع منهاج زادكزادك 3 طالب نهائي«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللهُ بِمَا آتَاهُ»
- نبراس طالب (1)1«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللهُ بِمَا آتَاهُ».
- نبراس طالب (4)1«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللهُ بِمَا آتَاهُ»
- نبراس طالب (4)1«قَدْ أَفْلَحَ مَنْ أَسْلَمَ، وَرُزِقَ كَفَافًا، وَقَنَّعَهُ اللهُ بِمَا آتَاهُ».