তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।
আমৰ বিন শ্বুআইবে তেওঁৰ পিতৃ (শ্বুআইব)ৰ পৰা আৰু তেওঁ শ্বুআইবৰ দাদা (আব্দুল্লাহ বিন আমৰ)ৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
«مُرُوا أولادكمِ بالصلاةِ وهم أبناءُ سبعِ سِنينَ، واضرِبوهم عليها وهم أبناءُ عَشرٍ، وفرِّقوا بينهم في المَضاجِعِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, সন্তান, ল'ৰাই হওক বা ছোৱালী সাত বছৰ বয়স হোৱাৰ লগে লগে পিতৃয়ে সিহঁতক নামাজ পঢ়াৰ নিৰ্দেশ দিব লাগে, লগতে নামাজ আদায় কৰাৰ যাৱতীয় প্ৰয়োজনীয় বিষয়সমূহ শিকাব লাগে। আনহাতে দহ বছৰ বয়স হোৱাৰ পিছত নামাজত অৱহেলা কৰিলে বেত্ৰাঘাত কৰিব লাগে, আৰু বিছনা পৃথক কৰিব লাগে।
...:
প্ৰাপ্তবয়স্ক হোৱাৰ আগতে সন্তানক দ্বীনৰ বিধি-বিধানসমূহ শিকাব লাগে, বিশেষকৈ নামাজৰ গুৰুত্বপূৰ্ণ বিধানসমূহ।
শাসনৰ উদ্দেশ্যে প্ৰহাৰ কৰিব লাগে, শাস্তি বিহাৰ উদ্দেশ্যে নহয়। গতিকে অৱস্থা অনুসৰি শাসন কৰিব লাগে।
চৰীয়তে মান-সন্মানো সংৰক্ষণ কৰিছে। লগতে প্ৰত্যেক সেই পথ বন্ধ কৰিছে, যি পথে মানুহক বিপথে পৰিচালিত কৰে।
ছুনান আবি দাঊদ (1/ 367) (495.
496).
অধিক (4)
نزهة المتقين شرح رياض الصالحين.
مجموعة من الباحثين (1/ 299).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 382).
গ্ৰন্থসমূহত উল্লেখিত
8 গ্ৰন্থসমূহঅধিক (8)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«مُرُوا أَبْنَاءَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرِ سِنِينَ»؛
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«مُرُوا أَوْلَادَكُم بِالصَّلاةِ وَهُمْ أَبنَاءُ سَبْعِ سِنِينَ» [34].
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«مُرُوا أَوْلادَكُمْ بالصَّلاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ، وَفَرِّقُوا بَيْنَهُمْ في المَضَاجِعِ».
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«مُرُوا أَوْلَادَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ» [69].
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«مُرُوا أَوْلَادَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ، وَفَرِّقُوا بَيْنَهُمْ فِي المَضَاجِعِ» [173].
- قاموس الكبائر«مُرُوا أَوْلَادَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ» [69].
- قاموس الكبائر«مُرُوا أَوْلَادَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ، وَفَرِّقُوا بَيْنَهُمْ فِي المَضَاجِعِ» [173].
- مشروع منهاج زادكزادك 2 طالب نهائي«مُرُوا أَوْلَادَكُمْ بِالصَّلَاةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ، وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرٍ، وَفَرِّقُوا بَيْنَهُمْ فِي الْمَضَاجِعِ»