78 : 12 وَبَنَيۡنَا فَوۡقَكُمۡ سَبۡعٗا شِدَادٗا আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।