Skip to content
আত-তুৰ /

আয়াত 33

52 : 33

আয়াত 33 of আত-তুৰ (52 : 33). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আত-তুৰ আয়াতসমূহ 49
ছুৰা · আত-তুৰ
অসমীয়া · Rafeeq
52 : 33

أَمۡ يَقُولُونَ تَقَوَّلَهُۥۚ بَل لَّا يُؤۡمِنُونَ

নে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব।