Skip to content
আঝ-ঝুখৰূফ /

আয়াত 89

43 : 89

আয়াত 89 of আঝ-ঝুখৰূফ (43 : 89). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আঝ-ঝুখৰূফ আয়াতসমূহ 89
ছুৰা · আঝ-ঝুখৰূফ
অসমীয়া · Rafeeq
43 : 89

فَٱصۡفَحۡ عَنۡهُمۡ وَقُلۡ سَلَٰمٞۚ فَسَوۡفَ يَعۡلَمُونَ

এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।