Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম কেতিয়া হৈছিল?

الباب / الفصل
قسم السيرة النبوية

السؤال

س4: متى ولد النبي صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟

প্ৰশ্ন নং ৪- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম কেতিয়া হৈছিল?

الجواب

ج:في عام الفيل، في يوم الإثنين من شهر ربيع الأول.

উত্তৰ- আমুল ফীল বা হাতীৰ বছৰত সোমবাৰৰ দিনা ৰবীউল আওৱাল মাহত তেখেতৰ জন্ম হৈছিল।