83 : 33 وَمَآ أُرۡسِلُواْ عَلَيۡهِمۡ حَٰفِظِينَ অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল।