108 : 2 فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।
108 : 3 إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।