তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।
উচমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।"
«خَيْرُكُمْ مَنْ تَعَلَّمَ الْقُرْآنَ وَعَلَّمَهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ দৃষ্টিত উৎকৃষ্ট মুছলিম হৈছে সেইজন, যিয়ে কোৰআন শিকে তথা তিলাৱত কৰে, মুখস্থ কৰে, তাফছীৰ তথা অৰ্থ বুজিবলৈ যত্ন কৰে, এইদৰে যিয়ে আমল কৰাৰ লগতে কোৰআনৰ জ্ঞান আনকো শিকায়।
কোৰআনৰ মৰ্যাদাৰ বৰ্ণনা, কাৰণ এইখন হৈছে সৰ্বোৎকৃষ্ট বাণী তথা মহান আল্লাহৰ বাণী।
উৎকৃষ্ট শিক্ষাৰ্থী হৈছে সেইজন, যিয়ে নিজে শিকাৰ পিছত আনকো শিকায়, শিক্ষাক নিজৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখে।
কোৰআন শিকা আৰু শিক্ষা দিয়াৰ মাজত তিলাৱত কৰা অৰ্থ বুজা আৰু বিধান গ্ৰহণ কৰা আদি সকলো বিষয় অন্তৰ্ভুক্ত।
ছহীহ বুখাৰী (6/ 192) (5027).
অধিক (8)
فتح الباري شرح صحيح البخاري.
لابن حجر العسقلاني (1/ 374).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 226).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخن وغيره (1/ 740).
شرح رياض الصالحين.
لابن عثيمين (4/ 638).
গ্ৰন্থসমূহত উল্লেখিত
14 গ্ৰন্থসমূহঅধিক (14)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"خيركم مَنْ تعلّم القرآن وعلمه "
- المناهج التعليمية - الصف السادسالمناهج الدراسية - الحديث - الصف السادس - الفصل الأول «خَيْرُكُمْ مَنْ تَعَلَّمَ الْقُرْآنَ وَعَلَّمَهُ»
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“خيركم من تعلم القرآن وعلمه”.
- النفحات المكية في تفسير كتاب رب البريةالصفحات الأولى والمقدمة«خَيْرُكُمْ مَنْ تَعَلَّمَ الْقُرْآنَ وَعَلَّمَهُ» [1]،
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ» [3].
- دين الإسلام تعرضه نصوص القرآن وسنة خير الأنامعرض دين الإسلام بالأدلة النقلية(خيركم من تعلم القرآن وعلمه)[21]
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«خيرُكُمْ مَنْ تَعَلَّمَ القرآنَ وعَلَّمَهُ».
- مجالس تدارس القرآن للمبتدئين (سورة الفاتحة وقصار المفصّل)1«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ»([44]).
- مشروع منهاج زادكزادك 1 طالب«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَه»
- مشروع منهاج زادكزادك 1 طالب«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ و................».
- مشروع منهاج زادكزادك 3 طالب نهائي«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ»
- نبراس طالب (1)1«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ»
- نبراس طالب (1)1«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ»
- نبراس طالب (3)نبراس طالب 3«خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَه»