82 : 8 فِيٓ أَيِّ صُورَةٖ مَّا شَآءَ رَكَّبَكَ আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।