Skip to content
আল-আ'ৰাফ /

আয়াত 111

7 : 111

আয়াত 111 of আল-আ'ৰাফ (7 : 111). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আল-আ'ৰাফ আয়াতসমূহ 206
ছুৰা · আল-আ'ৰাফ
অসমীয়া · Rafeeq
7 : 111

قَالُوٓاْ أَرۡجِهۡ وَأَخَاهُ وَأَرۡسِلۡ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ

সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,