68 : 31 قَالُواْ يَٰوَيۡلَنَآ إِنَّا كُنَّا طَٰغِينَ সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।