Skip to content
গাফিৰ /

আয়াত 81

40 : 81

আয়াত 81 of গাফিৰ (40 : 81). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

গাফিৰ আয়াতসমূহ 85
ছুৰা · গাফিৰ
অসমীয়া · Rafeeq
40 : 81

وَيُرِيكُمۡ ءَايَٰتِهِۦ فَأَيَّ ءَايَٰتِ ٱللَّهِ تُنكِرُونَ

আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?