Skip to content
আশ্ব-শ্বুআৰা /

আয়াত 112

26 : 112

আয়াত 112 of আশ্ব-শ্বুআৰা (26 : 112). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আশ্ব-শ্বুআৰা আয়াতসমূহ 227
26 : 112

قَالَ وَمَا عِلۡمِي بِمَا كَانُواْ يَعۡمَلُونَ

নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন?