Skip to content
الإسرَاء /

আয়াত 35

17 : 35
الإسرَاء আয়াতসমূহ 111
ছুৰা · الإسرَاء
অসমীয়া · Rafeeq
17 : 35

وَأَوۡفُواْ ٱلۡكَيۡلَ إِذَا كِلۡتُمۡ وَزِنُواْ بِٱلۡقِسۡطَاسِ ٱلۡمُسۡتَقِيمِۚ ذَٰلِكَ خَيۡرٞ وَأَحۡسَنُ تَأۡوِيلٗا

আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত ওজন কৰি দিবা, আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।