যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
«مَنْ لَقِيَ اللهَ لَا يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ دَخَلَ النَّارَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও সি কিছুমান গুনাহৰ কাৰণে শাস্তি পাব পাৰে। আনহাতে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিব সি জাহান্নামত চিৰস্থায়ী হ'ব।
...:
তাওহীদৰ গুৰুত্ব বুজোৱা হৈছে, তাওহীদ হৈছে জাহান্নামত চিৰস্থায়ী হোৱাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়।
জান্নাত আৰু জাহান্নাম বান্দাৰ নিচেই ওচৰত। বান্দাৰ মাজত আৰু জান্নাত-জাহান্নামৰ মাজত প্ৰাচীৰ হৈছে কেৱল মৃত্যু।
কম হওক বা বেছি সকলো প্ৰকাৰৰ শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে। কাৰণ ইয়াৰ পৰা আঁতৰি থাকিলেহে জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ।
শেষ অৱস্থাৰ আমলেই হৈছে বিবেচ্য বিষয়।
ছহীহ মুছলিম (1/ 94) (93).
অধিক (4)
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص49).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص60).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- التوحيد في ضوء عقيدة الإمام الشافعي رحمه الله ونصوصه ومروياته"من لقي الله لا يشرك به شيئا دخل الجنة، ومن لقيه يشرك به شيئا دخل النار".([21])
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«مَنْ لَقِيَ اللهَ لَا يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ دَخَلَ النَّار»
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«مَنْ لَقِيَ اللهَ لَا يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ دَخَلَ النَّارَ»
- العقيدة الصحيحةدروس العقيدة الصحيحة«مَنْ لَقِيَ اللَّهَ لا يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ دَخَلَ النَّارَ»
- العقيدة الصحيحة وما يضادها«من لقي الله لا يشرك به شيئا دخل الجنة ومن لقيه يشرك به شيئا دخل النار»[9]
- كتاب التوحيدكتاب التوحيد للشيخ محمد بن عبد الوهاب((مَنْ لَقِيَ اللهَ لاَ يُشْرِكُ بِهِ شَيْئًا دَخَلَ الْجَنَّةَ، وَمَنْ لَقِيَهُ يُشْرِكُ بِهِ شَيْئًا دَخَلَ النَّارَ)).