77 : 39 فَإِن كَانَ لَكُمۡ كَيۡدٞ فَكِيدُونِ এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।