Skip to content
আল-হাশ্বৰ /

আয়াত 19

59 : 19

আয়াত 19 of আল-হাশ্বৰ (59 : 19). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আল-হাশ্বৰ আয়াতসমূহ 24
ছুৰা · আল-হাশ্বৰ
অসমীয়া · Rafeeq
59 : 19

وَلَا تَكُونُواْ كَٱلَّذِينَ نَسُواْ ٱللَّهَ فَأَنسَىٰهُمۡ أَنفُسَهُمۡۚ أُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ

তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।