Skip to content
আল-ক্বামাৰ /

আয়াত 52

54 : 52

আয়াত 52 of আল-ক্বামাৰ (54 : 52). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আল-ক্বামাৰ আয়াতসমূহ 55
54 : 52

وَكُلُّ شَيۡءٖ فَعَلُوهُ فِي ٱلزُّبُرِ

আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,