Skip to content
আয-যাৰিয়াত /

আয়াত 19

51 : 19

আয়াত 19 of আয-যাৰিয়াত (51 : 19). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আয-যাৰিয়াত আয়াতসমূহ 60
51 : 19

وَفِيٓ أَمۡوَٰلِهِمۡ حَقّٞ لِّلسَّآئِلِ وَٱلۡمَحۡرُومِ

আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।