Skip to content
ক্বাফ /

আয়াত 42

50 : 42

আয়াত 42 of ক্বাফ (50 : 42). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

ক্বাফ আয়াতসমূহ 45
ছুৰা · ক্বাফ
অসমীয়া · Rafeeq
50 : 42

يَوۡمَ يَسۡمَعُونَ ٱلصَّيۡحَةَ بِٱلۡحَقِّۚ ذَٰلِكَ يَوۡمُ ٱلۡخُرُوجِ

সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞৰ, সেইটোৱেই হৈছে পুনৰুত্থানৰ দিন।