Skip to content
আদ-দুখান /

আয়াত 32

44 : 32

আয়াত 32 of আদ-দুখান (44 : 32). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আদ-দুখান আয়াতসমূহ 59
ছুৰা · আদ-দুখান
অসমীয়া · Rafeeq
44 : 32

وَلَقَدِ ٱخۡتَرۡنَٰهُمۡ عَلَىٰ عِلۡمٍ عَلَى ٱلۡعَٰلَمِينَ

আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।